Tuesday, July 8, 2025
Homeৰাজনৈতিকঅৰবিন্দ কেজৰিৱালক পুনৰ আক্ৰমণ

অৰবিন্দ কেজৰিৱালক পুনৰ আক্ৰমণ

  • অৰবিন্দ কেজৰিৱালক পুনৰ আক্ৰমণ।
  • দিল্লীৰ ৰাজপথত পদযাত্ৰাৰ সময়ত গ্ৰেটাৰ কৈলাস এলেকাত আক্ৰমণ কেজৰিৱালক।
  • কেজৰিৱাললৈ লক্ষ্য কৰি জুলীয়া পদাৰ্থ নিক্ষেপ এজন লোকৰ।
  • তাত্ক্ষণিকভাৱে আক্ৰমণকাৰীক আটক নিৰাপত্তাৰক্ষীৰ।
  • আক্ৰমণত কোনো ক্ষতি হোৱা নাই কেজৰিৱালৰ।
  • আপ কৰ্মীয়ে প্ৰহাৰ কৰিলে আক্ৰমণকাৰীক।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments