Wednesday, March 11, 2026
Homeঅসমআজি উৰুকা

আজি উৰুকা

ডিজিটেল ডেস্ক, ১৪জানুৱাৰী: আজি উৰুকা। ৰাতিপুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত দেখিবলৈ পোৱা গৈছে ৰাইজৰ ভিৰ। অসমৰ প্ৰতিটো প্ৰান্তৰ বজাৰত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভিৰ।  আজি সকলোৱে লগে ভাগে এসাজ খোৱাৰ যো-জা চলাই। তাৰ বাবে ৰাতিপুৱাৰে পৰা বজাৰসমূহত গ্ৰাহকৰ ভিৰ দেখা গৈছে ।

তাৰ সমান্তৰালকৈ সাংবাদিকসকলৰ মাজতো বিহুৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। নিজৰ কৰ্মব্যস্ততাৰ মাজতো সকলোৱে বজাৰত ব্যস্ত হৈ পৰিছে। তুলনামূলকভাৱে পূৰ্বৰ তুলনাৰ মাছ বজাৰত কিছু সীমিত যদিও সকলোৱে লগে ভাগে এসাজ খোৱাৰ মানসেৰে আহিছে বজাৰলৈ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments