- শৃংখল চলিহাৰ আমছুক কটাক্ষ
- “আম চোৰ নে আমছু” প্ৰথমে আমি জানি লঁও:শৃংখল চলিহা।
- ধৰ্ম উৰ্ধত ইয়াত থলগিৰি ৰাইজ একত্ৰিত হৈছে
- শৃংখল চলিহাই আনুষ্ঠানিকভাৱে মুখ খুলিলে বিধায়ক আব্দুল ৰচিদ মণ্ডলৰ মন্তব্যৰ বিৰুদ্ধে
- আব্দুল ৰচিদ মণ্ডলৰ ওপৰত কংগ্ৰেছে কি ব্যৱস্থা লব প্ৰশ্ন শৃংখল চলিহাৰ।
- আমি হিন্দু মুচলমানকলৈ জাতীয়তাবাদ কৰা নাই
- ফেচবুকত পোষ্ট দি আমাক বিজেপিৰ AGENT বুলি সমালোচনা কৰা দেখিছো,এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদ আমি কৰা নাই বুলি মন্তব্য শৃংখল চলিহাৰ।
- আব্দুল ৰচিদ মণ্ডলে ৩০ টা জাতীয় জনগোষ্ঠীয় সংগঠনক হুংকাৰ দিছে তাৰ বিৰোদ্ধে প্ৰতিবাদ হব বুলি প্ৰত্যুত্বৰ দিলে শৃংখল চলিহাই।
