Tuesday, March 10, 2026
Homeউত্তৰ-পূৱমণিপুৰত ভূমিকম্প

মণিপুৰত ভূমিকম্প

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জনোৱা মতে, পুৱা ৬.১৪ বজাত এই ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ। আজি পুৱা প্ৰায় ৬.১৪ বজাত মণিপুৰৰ উখৰুলত ৪.০ প্ৰাবল্যৰ ভূমিকম্প হয় ।

এনচিএছে কয় যে, “০৪-০২-২০২৩ তাৰিখে, ০৬:১৪:৫৫ IST, লেট: ২৫.১৩ আৰু লং: ৯৪.৬৭, গভীৰতা: ১০ কিলোমিটাৰ, স্থান: উখৰুল, মণিপুৰ, ভাৰতৰ ভূমিকম্প।”

ইপিনে এতিয়ালৈকে কোনো অট্টালিকাত কোনো ধৰণৰ হতাহতি বা ফাট মেলাৰ খবৰ পোৱা নাই। যোৱা নিশা হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ কিছু অংশত ৩.২ প্ৰাবল্যৰ ভূমিকম্প। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জনোৱা মতে, পশ্চিম উত্তৰ প্ৰদেশৰ চেনি বেল্ট ছামলীত কেন্দ্ৰবিন্দু হোৱা এই কম্পনটোৱে নিশা ৯.৩১ বজাত অঞ্চলটোত আঘাত হানে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments