Wednesday, April 9, 2025
Homeউত্তৰ-পূৱনিষিদ্ধ বিদ্ৰোহী সংগঠন কেচিপি(PWG)ৰ শিবিৰ উৎখাত

নিষিদ্ধ বিদ্ৰোহী সংগঠন কেচিপি(PWG)ৰ শিবিৰ উৎখাত

ডিজিটেল ডেস্ক, ১৭ডিচেম্বৰ: মণিপুৰত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ ব্যাপক অভিযান৷ সশস্ত্ৰ বিদ্ৰোহী আৰু অবৈধ অস্ত্ৰ-শস্ত্ৰৰ বিৰুদ্ধে অভিযান৷ নিষিদ্ধ বিদ্ৰোহী সংগঠন কেচিপি(PWG)ৰ শিবিৰ উৎখাত৷ ১০টা বিদ্ৰোহী সদস্যক গ্ৰেপ্তাৰ নিৰাপত্তাৰক্ষীৰ৷ শিবিৰ উৎখাতৰ লগতে জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments