ডিজিটেল ডেস্ক, ২৮জুন:
- মাত্ৰ এটা মেছেজ কৰক ছেকেণ্ডত আপুনি আপোনাৰ উত্তৰ পাই যাব ।
আপুনি এটা প্ৰশ্ন কৰক লগা লগ উত্তৰ পাব।
আপুনি জানিব বিচৰা প্ৰতিতো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছে মেটা এআই
ফেচবুক আৰু ৱাটচেপত উপলব্ধ হৈছে মেটা এআই
আপুনি লক্ষ্য় কৰক আপোনাৰ ৱাটচেপ স্ক্ৰিনত এক চিহ্ন দেখিবলৈ পাব
যিটো চিহ্নত ক্লিক কৰিলে আপুনি দেখিবলৈ পাব আৰু তাতে আপুনি জানিব বিছৰা প্ৰতিতো কথা জানিবলৈ পাব
আপুনি পূৰ্বতে গগল চাৰ্ছ কৰি নজনা কথা জানিব পাৰিছিল এতিয়া কিন্তু গগলত নাছালেও হব আপুনি আপোনাৰ ৱাটচেপ স্ক্ৰিনত থকা
চিহ্ন টোত ক্লিক কৰিলেই হব ।
আপুনি হয়তো ভাবি আছে হঠাতে আপোনাৰ ৱাটচেপ স্ক্ৰিনত কিহৰ চিহ্ন আহিল আপুনি ভয় নাখাব এইটো কোনো ধৰণৰ ভয় খাব লগীয়া কথা নহয় ।
হঠাতে মেটা এআই জনপ্ৰিয় হৈ পৰিছে
অতি সহজেই আপুনি লাভ কৰিব পাৰিব আপোনাৰ প্ৰশ্নৰ উত্তৰ । প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব মেটা এআই য়ে ।
মেটা সেৱা এপ বুলি কব লাগিব কিয়নো এই এপৰ কাৰনে আপুনি হাবাথুৰি খাব নালাগে নিজেই আপো নাৰ মোবাইলত উপলব্ধ হৈছে ।
মেটা এআই ক আপুনি ইনষ্টল কৰিব নালাগে সম্পুৰ্ণ বিনামূলীয়া হয় ।