Monday, July 7, 2025
Homeঅসমমিচিং অলিম্পিকত শোণিতপুৰ জিলাৰ সাফল্য, শনিবাৰে গহপুৰত উষ্ম আদৰণি জনালে গহপুৰ বাসী...

মিচিং অলিম্পিকত শোণিতপুৰ জিলাৰ সাফল্য, শনিবাৰে গহপুৰত উষ্ম আদৰণি জনালে গহপুৰ বাসী ৰাইজে।

মহেন্দ্ৰ পগাগ, গহপুৰ: মিচিং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা আয়োজন কৰা সদৌ অসম মিচিং অলিম্পিক যোৱা ২৫, ২৬, ২৭ তাৰিখে জোনাইৰ পভা ত অনুষ্ঠিত হয়। উক্ত মিছিং অলিম্পিক ত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ সকল অংশ গ্ৰহণ কৰে।

ইয়াৰে শোণিতপুৰৰ মুঠ ৮৩জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু মুঠ 9 জনে সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়।

মুঠ ৯ টাকৈ পদকেৰে সমগ্ৰ শোণিতপুৰ জিলাৰ লগতে গহপুৰলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ সকলক আজি অৰ্থাৎ শনিবাৰে শোণিতপুৰ জিলা TMPK, MMK, TMMK ৰ প্ৰাক্তন খেলুৱৈ তথা গহপুৰ বাসী ৰাইজে গহপুৰ ৰেলৱে ষ্টেচনৰ পৰা ৰজা বাৰীলৈ উলহ মালোহেৰে আদৰণি জনোৱা অনা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments