বৰুণজ্যোতি নেওগ/বঢ়মপুৰ: নগাঁৱৰ কাষৰিগাঁৱৰ কলঙৰ পাৰত বিধ্বংসী অগ্নিকাণ্ড।
এটা পথ নিৰ্মাণকাৰী সংস্থাৰ কাৰখানাত জুই লগাৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডটো।
এটা প্ৰকাণ্ড বিস্ফোৰণৰ পাছতে দাউ দাউকৈ জ্বলি উঠিছে কাৰখানাটো। ক’লা ধোৱাই চানি ধৰিছে আকাশ।
জুই লগাৰ ফলত সম্পূৰ্ণ ৰূপে জ্বলি ভস্মীভূত হয় এটা বিটুমিন কাৰখানা।
আতংকিত কেইবাখনো গাঁৱৰ ৰাইজ।