Sunday, July 6, 2025
Homeনিয়োগদুপৰীয়া বাৰ বজাত ঘোষণা কৰা হ’ব NEET -২০২২ৰ ফলাফল

দুপৰীয়া বাৰ বজাত ঘোষণা কৰা হ’ব NEET -২০২২ৰ ফলাফল

ডিজিটেল ডেস্ক ANEWS24X7: বুধবাৰে ঘোষণা হ’ব ৰষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা চমুকৈ NEET -২০২২ৰ ফলাফল।

দিনৰ ১২ বজাত এনইইটি ৰ অফিচিয়েল ৱেবছাইট neet.nta.nic.inত মুকলি কৰা হ’ব ফলাফল সমূহ । ইয়াৰ ওপৰিও বুধবাৰে NEET চূড়ান্ত উত্তৰ কী NEET- ২০২২ ফলাফলৰ ঘোষণাৰ পূৰ্বে মুকলি কৰা হ’ব।

NEET চূড়ান্ত উত্তৰ কী সমূহ পিডিএফ ফৰ্মেটত মুকলি কৰা হ’ব। এই বছৰ চিকিৎসা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলেও অফিচিয়েল ৱেবছাইটৰ পৰা এনইইটি উত্তৰ কী আৰু এনইইটি ২০২২ ফলাফল পৰীক্ষা আৰু ডাউনলোড কৰিব পাৰিব । এনটিএয়ে NEET ফলাফলৰ সৈতে স্কোৰকাৰ্ডও মুকলি কৰিব।

উল্লেযোগ্যে যে , প্ৰাৰ্থীসকলক এনইইটি ফলাফল পৰীক্ষণ আৰু ডাউনলোড কৰিবৰ বাবে তেওঁলোকৰ আবেদন নম্বৰ আৰু জন্ম তাৰিখৰ প্ৰয়োজন হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments