Tuesday, March 10, 2026
Homeঅসম২০ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত যান-বাহন চলাচলৰ বাবে নতুন পথ নির্দেশনা

২০ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত যান-বাহন চলাচলৰ বাবে নতুন পথ নির্দেশনা

  • ২০ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত যান-বাহন চলাচলৰ বাবে নতুন পথ নির্দেশনা
  • মহানগৰ জিলা আয়ুক্ত আৰু ট্ৰেফিক DCPৰ সংবাদমেল
  • নুনমাটি-গুৱাহাটী ক্লাব সংযোগী নির্মীয়মান উৰণসেতু সংযোগ কৰা হ’ব চানমাৰি উৰণসেতুৰ সৈতে
  • নিৰ্মাণৰ কাম চলি থকাৰ বাবে জাৰি এই পথ নির্দেশনা
  • ২০ ফেব্ৰুৱাৰীলৈ উৰণসেতুৰ এটা অংশৰেহে চলাচল কৰিব পাৰিব বাহন
  • বন্ধ থাকিব কর্মাচ পইণ্টৰ পৰা চানমাৰি যোৱাৰ পথ
  • জু-ৰোড দিশৰ পৰা অহা বাহন চলাচল কৰিব ৰাজগড় হৈ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments