Thursday, November 7, 2024
Homeঅসমঅসমত স্থাপন হ'ব NFSUৰ চৌহদ

অসমত স্থাপন হ’ব NFSUৰ চৌহদ

ডিজিটেল ডেস্ক, anews24x7: ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্তাপন কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপনৰ কৰে। কামৰূপ জিলাৰ চাংসাৰি অঞ্চলৰ মলঙত স্থাপন কৰা হৈছে।

এই প্ৰকল্পৰ প্ৰথম পৰ্যায় ২০২৬ চনৰ ভিতৰত আৰু দ্বিতীয় পৰ্যায় ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছিল।

আনুমানিক ৩০০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হ’বলগীয়া এই কেম্পাছত ফৰেনছিক বিজ্ঞান, বন্যপ্ৰাণী ফৰেনছিক, চাইবাৰ ছিকিউৰিটি, মাদক দ্ৰব্য, ডিজিটেল ফৰেনছিক, ড্ৰ’ন ফৰেনছিক, ফৰেনছিক আদি বিষয়ত ৫০টাতকৈও অধিক স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি আৰু ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰমৰ কাৰ্যসূচী আগবঢ়োৱা হ’ব মনোবিজ্ঞান আৰু ফৰেনছিক ন্যায় আৰু আইন।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments