Sunday, July 6, 2025
Homeঅসমমৰণফাণ্ডত পৰিণত হৈছে সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

মৰণফাণ্ডত পৰিণত হৈছে সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

দীপক ডেকা, সোণাপুৰ: সোণাপুৰৰ চামতাত একেটা স্থানতে কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত কেইবাজনো৷

সোণাপুৰৰ চামতাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা। শিশু,পুৰুষ-মহিলাসহ গুৰুতৰভাৱে আহত ছয়জনকৈ আৰোহী। আৰোহীকেইজনৰ শিশুসহ এগৰাকী মহিলাৰ অৱস্থা গুৰুতৰ।

শিৱসাগৰৰ ডিমৌৰ পৰা গুৱাহাটী অভিমুখী এখন বলেৰো বাহনে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ খাৱৈত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 04 U 4533। আহত আটাইকে স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে|

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments