- দিল্লীৰ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত কাশ্মীৰত NIAৰ অভিযান
- কাশ্মীৰৰ কেইবাটাও স্থানত ব্যাপক অভিযান NIAৰ
- পুলৱামা আৰু শ্বপিয়ানত অভিযান অনুসন্ধানকাৰী সংস্থাটোৰ
- বিস্ফোৰণৰ গোচৰৰ অভিযুক্তসকলৰ বাসগৃহত অভিযান
- চিকিৎসক মুজম্মিলৰ ঘৰত NIAৰ অভিযান
- শ্বপিয়ানৰ মৌলবী ইৰফানৰ ঘৰত অভিযান
- সম্প্ৰতি NIAৰ জিম্মাত আছে মৌলবী ইফান
