- নাইজেৰিয়াই GCON (Commander of the Order of the Niger)সন্মানেৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
- নাইজেৰিয়াৰ এই সন্মান লাভ কৰা দ্বিতীয়গৰাকী বিদেশী ব্যক্তি হিচাপে পৰিগণিত হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী ।
- পূৰ্বে ১৯৬৯ চনত ৰাণী এলিজাবেথক এই সন্মান প্ৰদান কৰিছিল নাইজেৰিয়াই।