Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়সিন্ধু নদীত পৰিল চি আৰ পি এফ বাহন, আহত ৯ জন জোৱান

সিন্ধু নদীত পৰিল চি আৰ পি এফ বাহন, আহত ৯ জন জোৱান

ডিজিটেল ডেস্ক, anews24X7: দেওবাৰে জম্মু-কাশ্মীৰত সংঘটিত হয়  পথ দুৰ্ঘটনা।   হঠাৎ সিন্ধু নৈত বুৰ গ’ল CRPFৰ এখন বাহন। অমৰনাথ গুহা মন্দিৰলৈ গৈ আছিল বাহনখন।

দুৰ্ঘটনাৰ ফলত বাহনখনত থকা ৯জন CRPF জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত আটাইকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় সমীপৰে হাস্পতালত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments