Wednesday, July 9, 2025
Homeঅসমকপিলীৰ ওপৰত থকা খানদং বান্ধৰ সকলো গেট খুলিলে নীপকোৱে

কপিলীৰ ওপৰত থকা খানদং বান্ধৰ সকলো গেট খুলিলে নীপকোৱে

  • বান্ধৰ ৭খন গেটেই খুলি দিছে নীপকো কর্তৃপক্ষই
  • কামপুৰত হোৰাহোৰে বাঢ়িছে কপিলী নদীৰ জলস্তৰ
  • কপিলী আৰু বৰপানী নৈৰ দাঁতিকাষৰীয়া অঞ্চল বানৰ কবলত পৰাৰ সম্ভাৱনা
  • ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু নৈত গা নুধুবলৈ আহ্বান প্রশাসনৰ
  • মাছ মৰাৰ পৰাও বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাইছে প্রশাসনে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments