Thursday, March 12, 2026
Homeঅসমউত্তাল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়

উত্তাল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়

মালিগাঁও, ২০আগষ্ট: কলকাতাৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত উত্তাল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়। ঘটনাই আজিও জোকাৰি আছে ৰাজ্য।

উত্তৰ পূব সীমান্ত ৰেলৱেৰ এম্পলুয়োজ উনিয়নে ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰি উলিয়ায় সমদল। ইউনিয়নৰ সম্পাদক মুনিন শইকীয়াৰ নেতৃত্বত শতাধিক পুৰুষ মহিলা কৰ্মচাৰীযে হাতে হাতে মম লৈ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। প্ৰতিবাদী কৰ্মী সকলে মহিলাৰ সুৰক্ষাৰ ক্ষেত্রত চৰকাৰক দাবী জনায়

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments