Saturday, July 5, 2025
Homeঅসমএতিয়া লাভ-জেহাদৰ নামত হত্যা হয়: মুখ্যমন্ত্ৰী

এতিয়া লাভ-জেহাদৰ নামত হত্যা হয়: মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ লাভ জেহাদৰ প্ৰসংগ চৰ্চা। সম্প্ৰতি লাভ জেহাদৰ প্ৰসংগই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাক-বিতণ্ডা সৃষ্টি হৈছে।

লাভ-জেহাদ মহাভাৰতৰ যুগটো হৈছিল বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্যৰ ওপৰত আজি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
সাংবাদিক প্ৰশ্নত মুখ্যমন্ত্ৰীৰ মন্তব্যঃ  লাভ -জেহাদ বন্ধ হব লাগে।মহাভাৰতৰ যুগত লাভ-জেহাদ হোৱা নাছিল ।প্ৰেম হৈছিল। সেয়েহে হত্যা হোৱা নাছিল।এতিয়া লাভ-জেহাদৰ নামত হত্যা হয়

এতিয়া লাভ-জেহাদ হয় প্ৰেম নহয়।মুছলমান সম্প্ৰদায়ৰ বহু শিক্ষিত ধুনীয়া ছোৱালী আছে।অন্য সম্প্ৰদায়ৰ মাজটো আইনমতে ধৰ্ম পৰিবৰ্তন নোহোৱাকৈ  বিয়া হব পাৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments