Wednesday, March 11, 2026
Homeঅসমআকৌ এবাৰ জিলিকিল অসম কন্যা

আকৌ এবাৰ জিলিকিল অসম কন্যা

ডিজিটেল ডেস্ক, ANEWS24X7: আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত আকৌ এবাৰ জিলিকিল অসম কন্যা। প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন দাসে ২৯ আৰু ৩০ এপ্ৰিলত চুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপত এটা ছিলভাৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে।

উক্ত গ্ৰেণ্ড ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হোৱা তেওঁৱেই প্ৰথম ভাৰতীয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments