- এতিয়াও অন্ত পৰা নাই Operation Sindoorৰ
- সিফালৰ পৰা আ/ক্ৰ/মণ কৰিলে ইয়াৰ পৰাও আক্ৰমণ হ’ব
- সেনাক স্পষ্ট নিৰ্দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
- সেনালৈ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ আছিল
- সিফালৰ পৰা এটা গু/লী আহিলে ইয়াৰ পৰা গো/লাবৰ্ষণ হ’ব
- পাক বায়ুসেনাৰ ঘাটিত কৰা আ/ক্ৰ/মণ নিৰ্ণায়ক মূহুৰ্ত আছিল
- Operation Sindoorত JeMৰ সৰ্বাধিক ক্ষতি
- সবাতোকৈ উত্তম অ/স্ত্ৰৰে আ/ক্ৰ/মণ কৰা হৈছিল JeMৰ শিৱিৰত
- পাক NSAৰে কোনো আলোচনাৰ কথা অস্বীকাৰ
- পাক DGMOৰ পৰাহে আহিছিল প্ৰথম ফোন
- ভাৰতে Operation Sindoorৰ দ্বাৰা ৩টা লক্ষ্য পূৰণ কৰে
- সামৰিক, ৰাজনৈতিক আৰু মনস্তাত্বিক লক্ষ্য পূৰণ কৰে চৰকাৰে
- ভাৰতে বায়ু সেনা ঘাটিত কৰা আ/ক্ৰ/মণৰ পাচতে নতি স্বীকাৰ কৰে পাকিস্তানে
- প্ৰতি ৰাউণ্ডতে পাকিস্তানে পৰাজিত হৈছিল