Thursday, March 12, 2026
Homeঅসমছিংগাপুৰৰ পৰা অনা হ'ব জুবিনৰ নশ্বৰ দেহঃ পবিত্ৰ মাৰ্ঘেৰিটা...

ছিংগাপুৰৰ পৰা অনা হ’ব জুবিনৰ নশ্বৰ দেহঃ পবিত্ৰ মাৰ্ঘেৰিটা…

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে বিদেশ মন্ত্ৰালয়ে। অসমীয়া প্ৰতিদিন ডিজিটেলক বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়া মতে, ছিংগাপুৰ বিদেশ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ ৰাখিছে মাৰ্ঘেৰিটাই।

ছিংগাপুৰৰ চৰকাৰী সূত্ৰই কিছু সময়ৰ পূৰ্বে ভাৰতৰ বিদেশ মন্ত্ৰালয়ক জানিবলৈ দিয়া মতে, শিল্পীগৰাকী চিকিতসালয়ত মৃত্যু হৈছে। জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই আনিবৰ বাবে সকলো পদক্ষেপ আৰু ব্যৱস্থা গ্ৰহণ কৰিছে বিদেশ মন্ত্ৰালয়ে।

খোদ বিদেশ ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটাই এই ক্ষেত্ৰত উদ্যোগ লৈছে। তেওঁৰ পৰিয়ালৰ কোন যাব আৰু জুবিনৰ নশ্বৰ দেহৰ লগতে নৰ্থ ইষ্ট ফেষ্টিভেলত উপস্থিত থকা সকলক দেশলৈ ঘূৰাই অনাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে। পবিত্ৰ মাৰ্ঘেৰিটাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও এই সন্দৰ্ভত যোগাযোগত আছে। ইফালে এই ভ্ৰমণৰ সময়ত…

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments