Tuesday, March 10, 2026
Homeআন্তঃৰাষ্ট্ৰীয়সীমান্তত পাকিস্তান-আফগানিস্তানৰ ভয়ংকৰ যুদ্ধ

সীমান্তত পাকিস্তান-আফগানিস্তানৰ ভয়ংকৰ যুদ্ধ

সীমান্তত পাকিস্তান-আফগানিস্তানৰ ভয়ংকৰ যুদ্ধ। কাবুল, কান্দাহাৰ, পক্তিয়াত নিশা পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক। পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰ আফগানিস্তান সেনাৰ। পাকিস্তানৰ এখন যুদ্ধ বিমান ভূপতিত কৰাৰ দাবী আফগানিস্তান সেনাৰ। ভূপতিত পাকিস্তানৰ F-16 যুদ্ধ বিমানখন। পাকিস্তান সীমান্তৰ কেইবাটাও চকীৰ ওপৰত আক্ৰমণ। বৃহস্পতিবাৰে পাকিস্তানী সেনাই চলাইছিল আক্ৰমণ। আক্ৰমণত শিশু-মহিলা নিহত হোৱাৰ তথ্য প্ৰকাশ আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ। তাৰ পাছতে প্ৰত্যাক্ৰমণ আফগানিস্তান সেনাৰ। পক্তিয়া, নংগৰহাৰ, পুনাৰ, পক্তিকা, সৌষ্ট, নুৰিস্তান প্ৰান্তত ধাৰাবাহিক আক্ৰমণ। পাকিস্তানৰ ১৯টাকৈ সেনা বাহিনীৰ পোষ্ট দখল কৰে আফগান সেনাই

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments