Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়ভাৰতৰ ১২ খনকৈ ড্ৰোণ ভূপতিত কৰাৰ দাবী পাকিস্তানৰ

ভাৰতৰ ১২ খনকৈ ড্ৰোণ ভূপতিত কৰাৰ দাবী পাকিস্তানৰ

  • পাকিস্তানৰ ৯ খন চহৰক টার্গেট কৰি নিক্ষেপ কৰা হৈছিল ড্রোণকেইখন
  • লাহোৰ, চকোৱাল, গুজৰাংৱালা, ৰাৱালপিণ্ডী, বাহাৱালপুৰ মিয়ানৱলি, শ্বোৰ, কৰাচীক টার্গেট কৰা হৈছিল
  • সংবাদমেলত এই তথ্য সদৰী কৰিছে ISPRৰ সঞ্চালক প্রধান লেফটেনেন্ট জেনেৰেল আহমদ শ্বৰীফ চৌধুৰীয়ে
  • পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থাই ড্রোণকেইখন নিষ্ক্রিয় কৰা বুলি দাবী
  • এই আক্রমণত এজন সাধাৰণ লোকসহ আন ৫ গৰাকী লোক আহত হোৱাৰ তথ্য প্রকাশ
  • লাহোৰ ৱাল্টন পথৰ আক্ৰমণত আহত হৈছে ৪ জনকৈ সৈনিক
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments