খামেইনীৰ মৃত্যুৰ পাছতে ইৰানৰ ধাৰাবাহিক আক্ৰমণ। ইজৰাইলৰ সেনা প্ৰধানলৈ লক্ষ্য কৰি আক্ৰমণ ইৰানৰ । ইজৰাইলী সেনাৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ।
খামেইনীৰ মৃত্যুক লৈ সৰৱ হৈছে পাকিস্তান। কৰাচীত খামেইনীৰ সমৰ্থক আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ। সংঘৰ্ষত ১০ গৰাকীৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু। আহত হৈছে আন ৩০ গৰাকী লোক। ইপিনে দুৰ্ঘটনাগ্ৰস্ত ইৰানী সেনাৰ হেলিকপ্টাৰ। হেলিকপ্টাৰ দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু।
