Thursday, May 22, 2025
Homeআন্তঃৰাষ্ট্ৰীয়৩ দিনীয়া লকডাউন

৩ দিনীয়া লকডাউন

  • পাকিস্তানত ৩ দিনীয়া লকডাউন
  • প্রতিসপ্তাহত তিনিদিন লকডাউন ঘোষণা পঞ্জাৱ চৰকাৰৰ
  • শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে লাহোৰ-মুলতানত লকডাউন
  • ভয়ংকৰ বায়ু প্ৰদূষণৰ বাবে লাহোৰ-মুলতানত লকডাউন ঘোষণা
  • বর্তমান সামগ্রিক AQIৰ স্তৰে অতিক্ৰম কৰিলে ২০০০ৰ ঘৰ
  • পাকিস্তানৰ পঞ্জাৱ চৰকাৰে জাৰি কৰিছে স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা
  • লগতে বিদ্যালয় বন্ধৰো নিৰ্দেশ দিছে চৰকাৰে
  • নিশা ৮ বজাৰ ভিতৰত ৰেষ্টুৰেণ্ট, দোকান-পোহাৰ, শ্ব’পিং মল বন্ধৰ নিৰ্দেশ
  • বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত লাহোৰ-মুলতান
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments