Thursday, May 22, 2025
Homeৰাষ্ট্ৰীয়পুনৰ সন্ত্রাসবাদীৰ শিবিৰ স্থাপন কৰিব পাকিস্তানে

পুনৰ সন্ত্রাসবাদীৰ শিবিৰ স্থাপন কৰিব পাকিস্তানে

  • পুনৰ সন্ত্রাসবাদীৰ শিবিৰ স্থাপন কৰিব পাকিস্তানে
  • পাকিস্তানৰ প্রধানমন্ত্রী কার্যালয়ে ঘোষণা কৰিছে শিবিৰ স্থাপনৰ কথা
  • কেৱল সন্ত্রাসবাদীৰ ধ্বংসপ্রাপ্ত শিবিৰ নির্মাণেই নহয় দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰৰ পৰিয়ালক দিব ক্ষতিপূৰণ
  • ১৪ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ ঘোষণা পাকিস্তান চৰকাৰৰ
  • নিহত সকলো সন্ত্রাসবাদীৰ পৰিয়ালক দিব ১ কোটি টকাৰ সাহায্য
  • ইপিনে আহত সন্ত্রাসবাদীৰ পৰিয়ালকো দিব ১০-২০ লাখ টকাৰ সাহায্য
  • ভাৰতৰ আক্ৰমণত যিবোৰ শিবিৰ ধ্বংস হৈছে সেইবোৰ শিবিৰো পুনৰ নিৰ্মাণ কৰিব পাকিস্তান চৰকাৰে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments