- পঞ্চায়ত নিৰ্বাচনৰ দিন দুটা পর্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন
- ২ মে’ত হ’ব প্রথম পৰ্যায়ৰ নিৰ্বাচন
- ৭ মে’ত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
- ১১ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা
- ৩ এপ্ৰিলৰ পৰা দাখিল কৰিব পাৰিব মনোনয়ন
- ১২ এপ্ৰিলত পৰীক্ষা কৰা হ’ব মনোনয়ন পত্র
- মনোনয়ন প্রত্যাহাৰৰ দিন ১৭ এপ্রিল
- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, গুৱাহাটী, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্রীভূমিত অনুষ্ঠিত হ’ব নির্বাচন
- ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), হোজাই, নগাঁও, মৰিগাঁও, দৰঙত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
- বেলট পেপাৰতে অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন
- এইবাৰ নিৰ্বাচনত থাকিব অনলাইন ব্যৱস্থা
- অনলাইন পদ্ধতিৰে প্ৰস্তুত কৰা হৈছিল ভোটাৰ তালিকা
