Wednesday, March 11, 2026
Homeঅসমঅতুল বৰা আৰু কেশৱ মহন্তৰ ফটোত পদুম ফুলৰ প্ৰতীক সন্দৰ্ভত সাংসদ ফণীভূষণ...

অতুল বৰা আৰু কেশৱ মহন্তৰ ফটোত পদুম ফুলৰ প্ৰতীক সন্দৰ্ভত সাংসদ ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া 

👉অতুল বৰা আৰু কেশৱ মহন্তৰ ফটোত পদুম ফুলৰ প্ৰতীক সন্দৰ্ভত সাংসদ ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া
👉‘NDA ৰ হৈ তেওঁলোকে এইখন লগাইছে’
👉‘এইটো দলৰ বাবে একো বেয়া মেচেজ যোৱা নাই’
👉‘আমবাৰীৰ হাতী আপোনালোকে ৰাস্তাত দেখা পাব’
👉‘দলীয় কৰ্মীয়ে বিষয়টো কেনেকৈ লৈছে নাজানো, কিন্তু ৰাস্তাত হাতী আহিব’
👉সৰ্বাধিক ৬ বা সৰ্বনিম্ন ৪ খন আসনত আমি BTC ত খেলিম
👉‘প্ৰতিটো দলতেই ক্ষোভ আছে’
👉এনে এটা দল দেখাই দিয়ক, যিটো দলত ক্ষোভ নাই’
👉২৬ নিৰ্বাচনলৈ আমি কেনেদৰে প্ৰস্তুতি চলাইছো তাৰ উমান পাব অহা ১৪ অক্টোবৰৰ প্ৰতিষ্ঠা দিৱসত
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments