- বনভোজক লৈ বজালী জিলা প্ৰশাসনে জাৰি কৰিছে নতুন SOP।
- প্ৰশাসনে জাৰি কৰা এছ অ’ পি অনুসৰি, ৰাজহুৱা স্থানত উচ্চস্বৰত বজাব নোৱাৰিব কোনো মিউজিক ছিষ্টেম।
- মদ্যপান কৰি বাহন চলোৱাতো থাকিব নিষেধাজ্ঞা।
- মডিফাইড বাইক অথবা ষ্টাণ্ট আদি কৰিব নোৱাৰিব বনভোজলৈ যোৱাসকলে।
- বিয়লি ৪.৩০ বজাৰ পিছত থাকিব নোৱাৰিব বনভোজথলীত