Thursday, March 19, 2026
Homeঅসমমৰিগাঁও চহৰত মৌ-মাখিৰ তাণ্ডৱ

মৰিগাঁও চহৰত মৌ-মাখিৰ তাণ্ডৱ

মিলন কাকতি, মৰিগাঁও: মৰিগাঁও চহৰত মৌ-মাখিৰ তাণ্ডৱ। মৌ-মাখিয়ে কামোৰাৰ ফলত মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা অৱস্থাত দিপক নন্দী নামৰ ব্যৱসায়ীজনৰ মৃত্যু হৈছে।

মৃত দিপক নন্দী হৈছে মৰিগাঁও চহৰৰ মাজমজিয়াতে থকা কোৱালিটি নামৰ হোটেলখনৰ স্বত্বাধিকাৰী । মৌ-মাখিয়ে কামোৰাৰ ফলত কেইবাজনো লোকক ইতিমধ্যে মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments