Monday, January 19, 2026
Homeৰাজনৈতিকদেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল মুকলি

দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল মুকলি

ভাৰতৰ ৰে’ল সংযোগ ব্যৱস্থাত এক নতুন যুগৰ সূচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে বন্দে ভাৰত শ্লীপাৰ ৰে’ল। গুৱাহাটীৰ পৰা ১৪ ঘণ্টাতে কলিকতা পাব বন্দে ভাৰত ৰে’লখন। ৰে’লখনৰ মুকলি হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments