Tuesday, March 10, 2026
Homeঅসম২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে অসমৰ বাবে তাৎপৰ্যপূৰ্ণ হ’ব
  • লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব
  • লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব
  • জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে
  • ২১ ডিচেম্বৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ লগত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী
  • বৰগাঁৱত শ্বহীদ স্মাৰকলৈ গৈ অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাব প্ৰধানমন্ত্ৰী
  • নামৰূপত সাৰ কাৰখানাৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব
  • প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচী সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments