Tuesday, March 10, 2026
Homeঅসম২১ সংখ্যক আদিবাসী মহাসভাৰ প্ৰস্তুতি তুংগত

২১ সংখ্যক আদিবাসী মহাসভাৰ প্ৰস্তুতি তুংগত

সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ ‘আছা’ৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা সমিতি আৰু সমূহ ৰাইজৰ সহযোগত দিহিং ক্রীড়া প্রকল্প সমন্বয় খেলপথাৰত, মাৰ্ঘেৰিটা বৰগোলাইত অহা ২৯ জানুৱাৰীৰ পৰা ১ ফেব্রুৱাৰী ‘২০০৬ লৈ বর্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ২১ সংখ্যক আদিবাসী মহাসভাৰ প্ৰস্তুতি তুংঙ্গত।

আদিবাসী ছাত্ৰ সন্থা (আছা) তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলবাৰ্ট অড়িয়া আৰু সম্পাদক জাৰ্নেল মিঞ্জে ইতিমধ্যে ৮o শতাংশ মহাসভাৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিব দিয়ে।

উল্লেখযোগ্য যে, ২১সংখ্যক আদিবাসী মহাসভাত তিনি লাখৰোধিক ৰাইজে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments