- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গায়ানাৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান।
- মোদীক গায়ানাৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অফ এক্সেলেন্স’ প্ৰদান।
- ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীয়ে প্ৰদান কৰে অসামৰিক সন্মান।
- সন্মান গ্ৰহণ কৰি ৰাষ্ট্ৰপতি ইৰফান আলীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন।
- ‘এই সন্মান কেৱল মোৰ নহয়, ১.৪ বিলিয়ন ভাৰতীয়ৰো’।