- নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কয়দী
- দুলাল আলি নামৰ চোৰটোৱে দেৱাল পাৰহৈ পলায়ন কৰে কাৰাগাৰৰ পৰা
- কচুৱাৰ শিঙিমাৰী গাঁৱৰ দুলাল আলি যোৱা ৯ ফ্ৰেব্ৰুৱাৰীত মুৰ্গী চোৰৰ গোচৰত কাৰাগাৰৰ আলহী হৈছিল।
- নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষই ইত্যিমধে নগাঁও সদৰ থানাত গোচৰ ৰুজু কৰিছে বিষয়টো সম্পৰ্কে।
