Tuesday, March 10, 2026
Homeঅসমদল ত্যাগত জুৰুলা কংগ্ৰেছক উদ্ধাৰৰ বাবে অসমলৈ আহিল প্ৰিয়ংকা গান্ধী

দল ত্যাগত জুৰুলা কংগ্ৰেছক উদ্ধাৰৰ বাবে অসমলৈ আহিল প্ৰিয়ংকা গান্ধী

দল ত্যাগত জুৰুলা কংগ্ৰেছক উদ্ধাৰৰ বাবে অসমলৈ আহিল প্ৰিয়ংকা গান্ধী। ৰাজীৱ ভৱনৰ কাৰ্যসূচীত অংশ লৈ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰিয়ংকা গান্ধী। মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰিয়ংকা গান্ধীয়ে মুকলি কৰিলে অভিযোগনামা। APCCৰ বিষয়ববীয়া, স্ক্ৰীনিং কমিটী, ব্লক, জিলা নেতৃত্বৰে হ’ব আলোচনা।

সকলোৰে সৈতে কথা পাতি আছোঁ ,সকলোকে লগ কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ স্ক্ৰীনিং কমিটীৰ মানুহে জিলাই জিলাই গৈ কথা পাতিছে। শক্তিশালী লোকক যাতে টিকট দিব পাৰোঁ তাৰ প্ৰয়াস কৰিছোঁ। মিত্ৰতা সন্দৰ্ভত গোটেই বিষয়টো নিৰীক্ষণত ৰাখিছোঁ’।মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments