Friday, May 2, 2025
Homeৰাজনৈতিক‘বাংলাদেশ’ লিখা থকা মোনা লৈ সংসদলৈ গ’ল প্ৰিয়ংকা গান্ধী

‘বাংলাদেশ’ লিখা থকা মোনা লৈ সংসদলৈ গ’ল প্ৰিয়ংকা গান্ধী

ডিজিটেল ডেস্ক, ১৭ডিচেম্বৰ: নিতৌ ন ন বাৰ্তা লৈ সংসদলৈ গৈছে প্ৰিয়ংকা গান্ধী৷ এইবাৰ বাংলাদেশৰ বিশেষ বাৰ্তা লৈ ‘বাংলাদেশ’ লিখা থকা মোনা লৈ সংসদলৈ গ’ল প্ৰিয়ংকা গান্ধী৷ সোমবাৰে ‘পেলেষ্টাইন’ থকা মোনা লৈ সংসদলৈ গৈছিল প্ৰিয়ংকা গান্ধী৷

বাংলাদেশত সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে সংসদৰ বাহিৰত প্ৰতিবাদ বিৰোধীৰ৷ হাতে হাতে ‘আমি বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিছোঁ’ বুলি লিখা থকা মোনা লৈ প্ৰতিবাদ বিৰোধীৰ৷

‘আমি বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিছোঁ৷’ বাংলাদেশত সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে সংসদৰ বাহিৰত প্ৰতিবাদ বিৰোধীৰ৷ হাতে হাতে ‘আমি বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিছোঁ’ বুলি লিখা থকা মোনা লৈ প্ৰতিবাদ৷ প্ৰতিবাদত অংশগ্ৰহণ গৌৰৱ গগৈ, প্ৰিয়ংকা গান্ধীৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments