Thursday, March 12, 2026
Homeঅসমজিএম চিএইচৰ আইচিউত চিকিত্সাধীন বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

জিএম চিএইচৰ আইচিউত চিকিত্সাধীন বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

ডিজিটেল ডেস্ক, ANEWS24X7: বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা অসুস্থ । বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয় চিত্ৰশিল্পীগৰাকীক । বিগত ১০ দিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল বিশিষ্ট চিত্ৰশিল্পী গৰাকী ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments