Saturday, July 5, 2025
Homeঅসমবিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’

 

 

ডিজিটেল ডেস্ক, ANEWS24X7: নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে চলিত বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’ আগবঢ়াইছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ।

২৪ ছেপ্টেম্বৰত মহাবিদ্যালয় খনৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অসম-অৰুণাচলৰ সাংস্কৃতিক সম্প্ৰীতিলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক প্ৰদান কৰা হ’ব এই বঁটা ৷

উল্লেখ্য যে ২০১৭ বৰ্ষৰ পৰা মহাবিদ্যালয়খনে সামাজিক ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তি সকলক প্ৰদান কৰি আহিছে ‘‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’’ । মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ সিংহই এক বিবৃতিযোগে এই কথা সদৰি কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments