Tuesday, March 10, 2026
Homeঅসম'নিজৰ কাৰণে কৰিলে মই ব্যৱসায় বা দোকান দিলো হয়'

‘নিজৰ কাৰণে কৰিলে মই ব্যৱসায় বা দোকান দিলো হয়’

তামুলপুৰত প্ৰমোদ বড়োক উষ্ম আদৰণি।

তামুলপুৰৰ ইউপিপিএল কাৰ্যালয়ত অবতৰীয়া দিপাৱলী।ঢোলে-দগৰে দলীয় কৰ্মীয়ে আদৰণি জনালে প্ৰমোদ বড়োক।

মনোনয়ন পত্ৰ দাখিলৰ পিছতে প্ৰথমবাৰৰ বাবে তামুলপুৰ ইউপিপিএল কাৰ্যালয়ত উপস্থিত প্ৰমোদ বড়ো। নাচি বাগি আনন্দত আত্মহাৰা দলীয় কর্মী সকল।

তামুলপুৰ জিলা UPPL কাৰ্যালয়ত উপস্থিত হৈ তেওঁ কয় যে: দলে মোৰ নামটো প্ৰস্তাৱ কৰাৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিলো।

দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছো।বড়োলেণ্ডৰ প্ৰতিটো কাম কৰাৰ বাবে আমি তিনিও গৰাকী সদস্যই লগ লাগি কাম কৰিম।

ইউপিপিএল দলে ১৫ টা বিধান সভা সমষ্টিতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম। ইতিমধ্যে আমাৰ প্ৰস্তুতি চলাই আছো।

মই ব্যক্তিগত লাভা লাভৰ বাবে মই ৰাজনীতিত অহা নাই।

নিজৰ কাৰণে কৰিলে মই ব্যৱসায় বা দোকান দিলো হয়।

কোনোৱা যদি এম এল এ বা এমচিএল হয় তেওঁ নিজৰ কাৰণে নকৰে ৰাইজৰ হৈ কাম কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments