Sunday, July 6, 2025
Homeঅসমভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণা

ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণা

ডিজিটেল ডেস্ক, anews24x7:  ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণা আজি ঘোষণা কৰা হয়। UPSCৰ তথ্য সেৱাত দ্বিতীয় স্থান লাভ কৰে অসমৰ বিদ্যাসাগৰ তালুকদাৰে।
অসমৰ অনুমিতা দাস তালিকাৰ চতুৰ্দশ স্থানত। হিন্দীৰ ৯জন, তেলেগু আৰু মাৰাঠাৰ ৪জনকৈ নিৰ্বাচিত হয়।

ইংৰাজীৰ ৩জন ,ওড়িয়াত ৩জন, অসমীয়াৰ ২জন নিৰ্বাচিত, গুজৰাটী,বঙালী, মণিপুৰী, আৰু পাঞ্জাৱীৰ এজনকৈ নিৰ্বাচিত হয়। চলিত বৰ্ষত ২৯গৰাকী প্ৰাৰ্থী তথ্য সেৱাৰ বাবে নিৰ্বাচিত হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments