- পঞ্জাৱৰ গেং*ষ্টাৰ ভগৱানপুৰিয়াক অসমৰ শিলচৰ কাৰাগাৰলৈ প্ৰেৰণ
- সিদ্ধু মুছেৱালা হ*ত্যাকা*ণ্ডৰ অভিযুক্ত লগতে চোৰাং ব্যৱসায়ৰ কু*খ্যাত ব্যক্তি ভগৱান পুৰিয়া
- শনিবাৰে সন্ধিয়া বাথিন্দা উচ্চ নিৰাপত্তা কাৰাগাৰৰ পৰা চণ্ডীগড় বিমানবন্দৰলৈ আনি শিলচৰ কাৰাগাৰলৈ অনা হয়