Wednesday, July 9, 2025
Homeঅসম২ এপ্ৰিলত ৰাভা হাছং পৰিষদীয় নির্বাচনৰ ভোটগ্রহণ 

২ এপ্ৰিলত ৰাভা হাছং পৰিষদীয় নির্বাচনৰ ভোটগ্রহণ 

  • ২ এপ্ৰিলত ৰাভা হাছং পৰিষদীয় নির্বাচনৰ ভোটগ্রহণ
  • পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্রহণ
  • বেলটত ভাগ্য নির্ণয় হ’ব ৯৬ প্রার্থীৰ
  • ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে NDAৰ ৩ প্রার্থী
  • কামৰূপৰ ১৪টা পৰিষদীয় সমষ্টিৰ বাবে হ’ব নির্বাচন
  • কামৰূপত মুঠ ৪৪ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে নির্বাচনত
  • কামৰূপত ১৪টা পৰিষদীয় সমষ্টিত মুঠ ভোটাৰ ১,৬৮,৬৬৮ জন
  • কামৰূপ জিলাৰ পৰিষদীয় নির্বাচনত ২০৯টা ভোটকেন্দ্র আছে
  • গোৱালপাৰা জিলাৰ অন্তৰ্গত ২০টা সমষ্টিত হ’ব নির্বাচন
  • এটা সমষ্টিত NDAৰ প্রার্থী বিজয়ী হোৱাৰ বাবে ১৯টা সমষ্টিত হ’ব নির্বাচন
  • ১৯টা সমষ্টিত আছে ৩৬২টা ভোটগ্রহণ কেন্দ্র
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments