Friday, March 13, 2026
Homeঅসমজাগুনত ৰাইজৰ দলৰ সাংগঠনিক সভা সম্পন্ন

জাগুনত ৰাইজৰ দলৰ সাংগঠনিক সভা সম্পন্ন

জাগুনৰ পৰা শ্যাম যাধৱ:  ” মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাগুনত ৰাইজৰ দলৰ সাংগঠনিক সভা সম্পন্ন।
*ৰাইজৰ দলৰ মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন মণ্ডল কমিটি গঠন।
*সভাত উপস্থিত থাকে যুৱ নেতা ৰাহুল ছেত্ৰী মাৰ্ঘেৰিটা সমষ্টি কমিটীৰ সাধাৰণ সম্পাদক মহন শৰ্মা আৰু বহু কেইজন বিষয় ববীয়া ।
*উক্ত সাংগঠনিক সভাতেই ধন বাহাদুৰ ৰাইক সভাপতি আৰু সন্তোষ উপাধায়ক সাধাৰণ সম্পাদক হিচাপে লৈ জাগুন মণ্ডল কমিটি গঠন কৰা হয়।
*দায়িত্ব লাভ কৰিয়েই মণ্ডল কমিটি খনৰ সভাপতি আৰু সাধাৰণ সম্পাদক আক্ৰমণাত্মক হৈ পৰে বৰ্তমানৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে।
*ৰাহুল ছেত্ৰী মাৰ্ঘেৰিটা সমষ্টিত ভাস্কৰ শৰ্মাৰ বাবে কোনো ফেক্তৰ নহয় বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰা বি, জে,পি, কৰ্মী সকলক কটাক্ষ কৰি ৰাহুল ছেত্ৰী যদি তেওঁ লোকৰ বাবে কোনো ফেক্তৰেই নহয় তেন্তে ৰাহুল ছেত্ৰীয়ে ৰাইজৰ দলত যোগদান কৰাৰ পিছদিনাই কিয় তেখেতসকলে সংবাদ মেল পাতিব লগা হল বুলি প্ৰশ্ন উত্থাপন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments