Tuesday, March 10, 2026
Homeঅসমৰাইজৰ দলে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ৰাইজৰ দলে। ১১ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ৰাইজৰ দলে।ত্ৰতা অবিহনেই কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছদিনাই ৰাইজৰ দলে ঘোষণা কৰিলে নিজ দলৰ প্ৰাৰ্থী তালিকা।

কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব?

১. পূব গোৱালপাৰা : আব্দুৰ ৰছিদ মণ্ডল

২. জালুকবাৰী : ৰমেন চন্দ্ৰ বৰঠাকুৰ

৩. মানস সমষ্টি : অঞ্জন তালুকদাৰ
৪. দলগাঁও : আজিজুৰ ৰহমান
৫. ধিং : মেহবুব মুক্তাৰ
৬. তেজপুৰ : অলক নাথ
৭. চিচিবৰগাঁও : দুলাল বৰুৱা
৮. মাৰ্ঘেৰিটা : ৰাহুল ছেত্ৰী
৯. ডিগবৈ : লক্ষ্যজ্যোতি গগৈ
১০. মৰিয়নী : জ্ঞানশ্ৰী বৰা
১১. বোকাখাট : ৰতন দাৱ

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments