Tuesday, July 8, 2025
Homeঅসমআগন্তুক ৫ দিনত উত্তৰ-পূৱত হ’ব ধাৰাষাৰ বৰষুণ!

আগন্তুক ৫ দিনত উত্তৰ-পূৱত হ’ব ধাৰাষাৰ বৰষুণ!

ডিজিটেল ডেস্ক ANEWS24X7: আগন্তুক ৫ দিনত উত্তৰ-পূৱ ভাৰতত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । পৰৱৰ্তী পাঁচ দিনত নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে ।

২ ছেপ্টেম্বৰত লাক্ষাদ্বীপ , ৩ ছেপ্টেম্বৰত মেঘালয়, তামিলনাডু, দক্ষিণ আভ্যন্তৰীণ কৰ্ণাটক, কেৰালাত আৰু ৪ ছেপ্টেম্বৰত উত্তৰাখণ্ড, পশ্চিম বংগ, ছিকিম, অৰুণাচল প্ৰদেশ আৰু অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।এই ভৱিষ্যতবাণী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয় ।

এই সময়চোৱাত জনতাক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments