# কংগ্ৰেছৰ পৱন খেৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ওপৰত অভিযোগ সন্দৰ্ভত বঢ়মপুৰৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ মন্তব্য।#
তেওঁলোকে নিজেই পাহৰি যাই কত কত কিমান সম্পত্তিৰ পাহাৰ আছে।
অসমখনক তেওঁলোকৰ source of income বনাই পেলালে।
বঢ়মপুৰত জিতু গোস্বামী ফেক্টৰ নহয়।
