Tuesday, March 10, 2026
Homeঅসমএয়া নজিৰবিহীন আৰু নোহোৱা-নোপোজা তথা নীতি বৰ্হিভূত ঘটনা

এয়া নজিৰবিহীন আৰু নোহোৱা-নোপোজা তথা নীতি বৰ্হিভূত ঘটনা

নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল

SIR ৰ জৰিয়তে দেশত ভোট চোৰ আৰম্ভ হৈছে

ভোট চুৰিৰে বিজেপিৰ ক্ষমতা দখলৰ চেষ্টাৰ কথা প্ৰকাশ

অসমত এন, আৰ, চি, হৈ গৈছে, পুনৰীক্ষণ হৈ গৈছে তাৰপিছতো অসমত SR সন্দেহজনক বিষয়

স্বাধীন ভাৰতত ইয়াৰ কোনো উদাহৰণ নাই

খচৰা ভোটাৰ তালিকাৰ claim & objection ৰ নামত নাগৰিকক তীব্ৰ হাৰাশাস্তি কৰাৰ অভিযোগ ৰকিবুল হুছেইনৰ

এয়া নজিৰবিহীন আৰু নোহোৱা-নোপোজা তথা নীতি বৰ্হিভূত ঘটনা

ভাৰতীয় নিৰ্বাচনী আয়োগক ওচৰত ইতিমধ্যে এনে নাভূত-নাশ্ৰুত ঘটনাৰ বিৰুদ্ধে
লিখিত ৰূপত জনোৱা হৈছে

মুখ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মা শংকিত হৈ ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে

সামান্য অজুহাতত ৰেচন কাৰ্ডৰ নাম কৰ্তন কৰাক লৈয়ো সৰৱ ৰকিবুল হুছেইন

হাৰাশাস্তি কৰাৰ মানুহৰ দিন কিছুদিনৰ পাছতে উকলিব

ধুবুৰীৰ গোলোকগঞ্জ আৰু বিলাসীপাৰা সমষ্টিতো একেই দশা

SR ৰ জৰিয়তে বহিৰাগতক অসমত বৰপীৰা পাৰি দিছে

শিৱসাগৰ, গুৱাহাটীৰ ভোটাৰ তালিকাত বহিৰাগতৰ নাম অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ ৰকিবুল হুছেইনৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments