Saturday, July 5, 2025
Homeঅসমএজাক মুষলধাৰ বৰষুণতেই ৰং হেৰাল ৰংপুৰৰ

এজাক মুষলধাৰ বৰষুণতেই ৰং হেৰাল ৰংপুৰৰ

কৃত্ৰিম বানৰ কৱলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল ৷

এজাক মূষলধাৰ বৰষুণতেই ৰং হেৰাল ৰংপুৰৰ ৷

পূঁৱতি নিশা অহা এজাক মূষলধাৰ বৰষুণত ডুব গ’ল শিৱসাগৰ চহৰৰ বৃস্তিন্ন এলেকা ৷

চহৰ খনৰ চৈধ্যতা ৱাৰ্ডৰ অধিকাংশ ৱাৰ্ডেই কৃত্ৰিম বানৰ কৱলত ৷

শিৱসাগৰ নগৰৰ মাজমজিয়া গুৰুত্বপূৰ্ণ পথ দৌলমুখ চাৰি আলি,মুক্তি নাথ চাৰি আলিকে ধৰি সকলো পানীৰ তলত ৷

একাংশ লোকে চৰকাৰী নৰ্দমা বন্ধ কৰাৰ কূ -ফলৰ বাবেই ৰাইজৰ এই দূৰ্ভোগ ৷

পৌৰ সভাইয়ো খৰালিত নলা – নৰ্দমা চাফা নকৰি বাৰিষালৈ হাত সাৱতি বহি থকাৰ ফলতেই এই পৰিস্থিতিৰ উদ্ভৱ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments