ডিজিটেল ডেস্ক, ৩০অক্টোবৰ: ধন তেৰছতেই ভাৰতলৈ আহিল ১০২ টন সোণ। ইংলেণ্ডৰ পৰা ৰিজাৰ্ভ বেংকে অতি সংগোপনে আনিলে সোণখিনি।
ইংলেণ্ডত জমা হৈ থকা ৮০২ টন সোণৰ ১০২ আনিছে ভাৰতে। বেংক অৱ ইংলেণ্ডত জমা হৈ থকা সোণ ভাৰতলৈ অনা হৈছে।
এতিয়ালৈকে ইংলেণ্ডত জমা হৈ থকা ৮০২ টন সোণৰ ৫১০ টন সোণ ভাৰতে দেশলৈ আনিছে। যুদ্ধই বিশ্বৰাজনীতিক চাপত ৰখাৰ সময়ত ভাৰতৰ এই নীতিক লৈ চৰ্চা।
ইংলেণ্ডৰ পৰা অনা সোণখিনিয়ে ভাৰতৰ অৰ্থনীতিত কিছু পৰিমাণে প্ৰভাৱ পেলাব বুলি চৰ্চা।